মাজুলীত নিশা ন-বোৱাৰী বিচাৰি গাঁৱে গাঁৱে অভিযান আঙুৰলতা ডেকাৰ, কিন্তু কিয়?

মাজুলীত ন-বোৱাৰী বিচাৰি গাঁৱে গাঁৱে অভিযান ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ। মাজুলীত ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই মাজুলীৰ গাঁৱে গাঁৱে গৈ ন- বোৱাৰী সকলক লগ কৰি নতুন বছৰৰ শুভেচ্ছা দিয়াৰ লগতে শীঘ্ৰেই এক আঁচনিৰ আওতাত সকলোকে অন্তৰ্ভুক্ত কৰিব বুলি উল্লেখ কৰে।

মাজুলীৰ গড়মূৰ খনাচুক গাঁৱত ন-বোৱাৰী সকলক শুভেচ্ছা জনায়। ঘৰখন নিয়াৰিকৈ চলাই নিয়াৰ লগতে নতুন পৰিয়ালটোক আপোন কৰি যাতে সমাজ সংস্কৃতিৰ এক আদৰ্শ হব পাৰে তাৰ বাবে আহ্বান জনায় আঙুৰলতা ডেকাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...