বিশ্ববাসীয়ে আদৰিলে নতুন বৰ্ষক

সময়ৰ আলি দোমোজাত আৰু এটা বছৰে মেলানি মাগিলে। আগমন ঘটিল এটা নতুন বৰ্ষৰ। ২০২২ৰ আগমনৰ লগে লগে সূত্ৰপাত ঘটিব বহু নতুনত্বৰ।

নৱবৰ্ষৰ আগমনৰ লগে লগে বিশ্বজুৰি আনন্দ উছাহৰ ঢল। বিশ্ববাসীয়ে আদৰিলে ২০২২ক।

সকলোৰে নতুন বৰ্ষক লৈ আশা আৰু ন উদ্যম। প্ৰতিজনেই ন সংকল্পৰে জীৱনক আগুৱাই নিয়াৰ লক্ষ্য স্থিৰ কৰিছে। NKTVৰ তৰফৰ পৰাও সমূহ দৰ্শকলৈ জনাইছো নৱবৰ্ষৰ শুভেচ্ছা।

বিশ্বক নিজৰ মাজলৈ আনি ছন্দোবদ্ধ গতিৰে আহক আমিও আগুৱাই যাওঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...