নৱবৰ্ষৰ পুৱাই বৈষ্ণো দেৱী মন্দিৰত অঘটন, হেঁচা-ঠেলাত প্ৰাণ হেৰুৱালে ১২জনকৈ ভক্তই!

  • নৱবৰ্ষৰ পুৱাই বৈষ্ণো দেৱী মন্দিৰত অঘটন
  • হেঁচা-ঠেলাত প্ৰাণ হেৰুৱালে ১২জনকৈ ভক্তই
  • আহত আন কেইবাজনো ভক্ত
  • নৱবৰ্ষত আশিস বিচাৰি মন্দিৰত সমবেত হৈছিল শ শ লোক
  • মন্দিৰৰ বাহিৰৰ ত্ৰিকূট পাহাৰৰ বৈষ্ণো দেৱী ভৱনত এই ঘটনা
  • আহত কেইবাজনৰো অৱস্থা সংকটজনক
  • পুৱতি নিশা ২.৪৫ বজাত সংঘটিত হয় এই ঘটনা
  • উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে আৰক্ষীয়ে
  • ঘটনাত দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...