৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ আজি নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

  • ৫ ৰাজ্যৰ বিধানসভাক লৈ আজি নিৰ্বাচন আয়োগৰ বৈঠক
  • কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰে বৈঠক নিৰ্বাচন আয়োগৰ
  • আলোচনা হ’ব নিৰ্বাচনমুখী ৰাজ্যৰ ক’ভিড পৰিস্থিতিকলৈ
  • অমিক্ৰনৰ সংক্ৰমণক লৈয়ো হ’ব পৰ্যালোচনা
  • নিৰ্বাচনী প্ৰচাৰ, ভোটগ্ৰহণৰ সময়ত ক’ভিড প্ৰ’টকল সম্পৰ্কত বিচাৰিব পৰামৰ্শ
  • বিধানসভা নিৰ্বাচন হ’ব উত্তৰ প্ৰদেশ, মণিপুৰ, উত্তৰাখণ্ড, গোৱা, পাঞ্জাৱত
  • জানুৱাৰীৰ প্ৰথম সপ্তাহত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...