ৰমেন নাথ কিয় সুখী লোক?

ৰমেন নাথ এজন সুখী লোক… গীতটো YouTubeত মুক্তি লাভ কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা। Chandana Pathakৰ কথা, Rana Buragohainৰ সুৰ, Bulbul Das আৰু Rana Buragohainৰ সংগীত ব্যৱস্থাপনাত কণ্ঠশিল্পী Rupam Bhuyanই কণ্ঠদান কৰা গীতটোত এনিমেছন কৰিছে Deepjyoti Handiqueয়ে। গীতটোত গীতিকাৰে তিনিটি পৰিয়ালক আধাৰ হিচাপে লৈ সাম্প্ৰতিক সময়ৰ যুৱ-উচ্ছৃংখলতা, নাৰীজনিত অপৰাধ সন্দৰ্ভত প্ৰকাশ কৰিছে। ক্ৰেজি গীটাৰছৰ বেনাৰত মুক্তি দিয়া হৈছে গীতটি।

গীতটো শুনি আজি পুৱাই কন্ঠশিল্পী নিলোত্‍পল বৰাই ফেচবুকত লিখিছে –

“ৰমেন নাথ এজন সুখী লোক”এই অদ্ভুত গানটো শুনাৰ পৰা টোপনিয়েই নহা হ’ল!”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...

অন্ধত্বক জয় কৰি মানবতাৰ জয়গান

এই ৰঙীন পৃথিৱীখনৰ প্ৰতি প্ৰতিজন মানুহৰ থাকে হাজাৰটা সপোন।...

পাকিস্তানক পুনৰ সকীয়ালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে

কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙে...

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...