পশ্চিমবংগৰ হলদিয়া তেল শোধনাগাৰত ভয়াৱহ বিস্ফোৰণ, ৩ জনকৈ লোকৰ মৃত্যু

পশ্চিমবংগৰ হলদিয়া তেল শোধনাগাৰত সংঘটিত ভয়াৱহ বিস্ফোৰণ। এক অগ্নিকাম্ডৰ ফলত তেল সোধনাগৰটোত সংঘটিত হয় এই বিস্ফোৰণ। এই ঘটনাত ৩ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে ৪৪ জন লোক। মংগলবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ডটো।

কাৰকানাৰ শ্ৰমিকসকলে জনোৱা মতে শোধনাগাৰটোৰ এটা টাৱাৰত হঠাতে জুই লাগি যায়। যাৰ ফলতে এই সমগ্ৰ ঘটনা সংঘটিত হবলৈ পালে। আহত শ্ৰমিকসকলক বহুকেইজনকে গ্ৰীণ কৰিডৰেৰে কলকতালৈকে লৈ যোৱা হয়। কিন্তু এই অগ্নিকাণ্ড কিহৰ বাবে সংঘটিত হল তাৰ কাৰণ এতিয়ালৈ সদৰী কৰা নাই শোধনাগাৰ কৰ্তৃপক্ষই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...

দক্ষিণ-চীন সাগৰত চীনৰ নতুন সামৰিক ৰাডাৰৰ ঘাটি নিৰ্মাণৰ সন্দেহ

দক্ষিণ চীন সাগৰৰ বিতৰ্কিত পাৰাচেল দ্বীপপুঞ্জৰ এণ্টিলোপ ৰীফৰ সমীপৰ...