সন্ধান ওলাল NLFB নেতা এম বাথাৰ

সন্ধান ওলাল NLFB নেতা এম বাথাৰ। কোকৰাঝাৰৰ চানমাৰি যুদ্ধ বিৰতি শিবিৰত আছে এম বাথা। পুনৰ এম বাথাৰ আত্মগোপন কৰিছিল বুলি ওলাইছিল খবৰ। এম বাথাই নস্যাৎ কৰিছে আত্মগোপনৰ প্ৰসংগ। তেওঁ NLFB কেডাৰসকলৰ সৈতে শিবিৰত আছে বুলি মন্তব্য কৰিলে NKTVৰ আগত।

NLFBৰ ডেৰশ কেডাৰ কোকৰাঝাৰত আৰু ১০০ কেডাৰ ওদালগুৰি শিবিৰত থকা কথাৰ প্ৰকাশ কৰিলে এম বাথাই। NLFBয়ে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে আত্মগোপনৰ কথা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰিয়ংকা চোপ্ৰাৰ লগত দেখিবলৈ পোৱা সেই হাতীজনীয়েই আছিল গীতা

বৰ্তমানেও সংকটমুক্ত নহয় চামগুৰিৰ আহত হাতী গীতা। বনতাৰাৰ লগতে...

ভাৰত-পাক উত্তেজনা : UNSCৰ ১৫খন দেশৰ ভিতৰত ১৩খন দেশৰ সমৰ্থন ভাৰতক

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ৰাষ্ট্ৰসংঘৰ...

ভাৰত-পাকিস্তান সংঘাত : পাকিস্তানত মূল্যবৃদ্ধিৰ সম্ভাৱনা থকা সামগ্ৰীৰ তালিকা

ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক বহু দিনৰ পৰা উত্তেজনাপূৰ্ণ।...

পেহেলগামৰ আক্ৰমণৰ পিছতে পুনৰ জম্মু-কাশ্মীৰত শোকৰ ছাঁ; নিহত ৩জন জোৱান

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত ভয়াৱহ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ তিনিজন জোৱানৰ...