আজিয়েই কৰি লওক জৰুৰী কাম, কাইলৈৰ পৰা স্তব্ধ হ’ব বেংকৰ কাম-কাজ

যদি আপোনাৰ বেংক সম্পৰ্কীয় কোনো জৰুৰী কাম আছে, আজিয়েই নিষ্পত্তি কৰক। কাইলৈৰ পৰা দেশজুৰি অচল হব বেংকসমূহ। কিয়নো দুদিনীয়াকৈ দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বেংক কৰ্মচাৰীয়ে। ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে ৰূপায়ণ কৰিব ধৰ্মঘটৰ। বেংকসমূহৰ ব্যক্তিগতকৰণৰ বাবে চৰকাৰৰ চলি থকা প্ৰস্তুতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বেংক কৰ্মচাৰীসকল। ইউএফবিইউৰ অধীনত বেংকৰ ৯টা ইউনিয়ন আছে। সকলোৱে একত্ৰিত হৈ ৰূপায়ণ কৰিব ধৰ্মঘট কাৰ্যসূচীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...