দিল্লী আৰক্ষীত নিযুক্তি পাইছে অসমীয়া ডেকা ল’ৰাই, বিশেষ নিযুক্তিৰ জৰিয়তে দিয়া হৈছে চাকৰিৰ সুযোগ

দিল্লী আৰক্ষীত মুঠ ৪৯০ জন অসমীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক নিয়োগ কৰা হৈছে। ২০১৬ চনৰ পৰা ২০১৮ চনৰ ভিতৰত এইসকল আৰক্ষী জোৱানক নিযুক্তি দিছে চৰকাৰে। স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ সহায়ত দিল্লী আৰক্ষীত নিয়োজিত কৰা হৈছে যোগ্য যুৱকসকলক।

ৰাজ্যসভাত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰি কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ যুৱক-যুৱতীক কনিষ্টবল(এক্সিকিউটিভ) পদত নিযুক্তি দিয়া হৈছে। বিশেষ নিযুক্তিৰ জৰিয়তে নিযুক্তি লাভ কৰিছে এইসকল অসমীয়া আৰু উঃ-পূৰ্বাঞ্চলৰ যুৱকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...