ভয়ংকৰ দুৰ্ঘটনা, সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, তামিলনাডুৰ কুনুৰত ভয়ংকৰ ঘটনা, হেলিকপ্টাৰত CDS বিপিন ৰাৱট থকাৰ সন্দেহ। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অভিযান। ইতিমধ্যে ফটো আৰু ভিডিঅ পোহৰলৈ আহিছে। সেই অনুসৰি হেলিকপ্টাৰখন জ্বলি যোৱা দেখা গৈছে। মুঠ ছজন লোক থকাৰ সন্দেহ হেলিকপ্টাৰত। দেশজুৰি প্ৰাৰ্থনা আৰু সকলোৰে মংগল কামনা কৰিছে। তামিলনাডুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...