ৰাজ্য চৰকাৰৰ সাহিত্যিক পেন্সন ঘোষণা

ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ সাহিত্যিক পেন্সন। ৰাজ্যৰ ২৩ বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে এইবছৰৰ সাহিত্যিক পেন্সন। অহা ৭ ডিচেম্বৰত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব সাহিত্যিক পেন্সন। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে সাহিত্যিক পেন্সন লাভ কৰাসকলৰ নাম।

জ্যোতিলাল চৌধুৰী, ড০ অনিল শইকীয়া, কালীনাথ পাংগিং, ড০ মংগলছিং হাজোৱাৰী, ৰঞ্জু হাজৰিকাকে ধৰি ২৩জন সাহিত্যিকক পেন্সনৰ বাবে নিৰ্বাচিত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰেমিকাক উপহাৰ দিবলৈ ঘৰতেই লুটপাত পুত্ৰৰ…

প্ৰেমিকাক উপহাৰ দিবলৈ ঘৰতেই লুটপাত পুত্ৰৰ। প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ...

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...