চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ দিনৰ বিশেষ ছুটী

বঙাইগাঁও কেবিনেটত আন এক বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পিতৃ-মাতৃ থকা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এক বিশেষ ছুটী। কৰ্মচাৰীসকলে এই ছুটী লাভ কৰিব ৪ দিন। পিতৃ-মাতৃৰ কাষত থাকিবলৈ এই বিশেষ ছুটী ঘোষণা। পিতৃ-মাতৃহীন চৰকাৰী কৰ্মচাৰীয়ে এই ছুটীৰ পৰা বঞ্চিত হ’ব। শাহু-শহুৰ জীয়াই থাকিলেও এই ছুটী লাভ কৰিব। মন্ত্ৰীসকলেও এনে ছুটী ল’ব পাৰিব। অৱশ্যে আৰক্ষীয়ে এনে ছুটী নাপাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...