কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত নতুন বলিউড ছবি 83ৰ টেইলাৰ মুকলি

কিংবদন্তী ক্ৰিকেটাৰ কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত নতুন বলিউড ছবি 83ৰ টেইলাৰ মুকলি কৰা হয়। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে। কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে ৰণবীৰ সিঙে নিজকে কপিল দেৱৰ সৈতে মিলাবলৈ যথেষ্ট চেষ্টা কৰিছে।

ৰণবীৰ সিঙৰ মেক অভাৰ যথেষ্ট কপিল দেৱৰ লগত মিলিছে বুলি বি টাউনত চৰ্চা চলিছে। বহু প্ৰতিক্ষিত এই ছবিখন ২৪ ডিচেম্বৰত মুক্তি পোৱাৰ সম্ভাৱনা আছে। ১৯৮৩ৰ ৱৰ্ল্ড কাপ বিজয়ৰ ওপৰত আধাৰিত এই ছবিখন। ৰণবীৰ সিঙৰ বিপৰীতে দেখিবলৈ পোৱা যাব দীপিকা পাডুকনক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...