নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত ৮ মাওবাদী

ছত্তিশগড়ত মাওবাদী-নিৰাপত্তাৰক্ষীৰ তুমুল সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছে ৮ মাওবাদী। সংঘৰ্ষত নিহত হৈছে এজন নিৰাপত্তাৰক্ষী জোৱানো। ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। মাওবাদীৰ গুলীত আহত হৈছে দুজনকৈ নিৰাপত্তাৰক্ষী জোৱান। যোৱা ১২ জুনৰ পৰা অঞ্চলটোত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই আছিল নিৰাপত্তাৰক্ষীয়ে। বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ গুলী-বাৰুদ জব্দ কৰিছে নিৰাপত্তাৰক্ষীয়ে। চলিত বৰ্ষটোতে ছত্তিশগড়ত সংঘৰ্ষত নিহত হৈছে ১৩১ টা মাওবাদী।১০ নিৰাপত্তাৰক্ষীসহ ২২জন সাধাৰণ লোক নিহত হৈছে এই বছৰটোত।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...