উমৰাংছ’ৰ কয়লাখনিত একেদিনাই উদ্ধাৰ ৫টাকৈ মৃতদেহ

উমৰাংছ’ৰ কয়লা খনিত একেদিনাই উদ্ধাৰ ৫টাকৈ মৃতদেহ। আজিৰ দিনটোত উদ্ধাৰ ৫জনকৈ শ্ৰমিকৰ মৃতদেহ। যোৱা ২৪ ডিচেম্বৰত কালামাটিৰ কয়লা খনিত আবদ্ধ হৈছিল ৯শ্ৰমিক। পূৰ্বেই অবৈধ কয়লা খনিটোৰ পৰা উদ্ধাৰ হৈছিল ৪টা মৃতদেহ। সুদীৰ্ঘ ৪৪ দিনৰ মূৰত উদ্ধাৰ হ’ল ৫টাকৈ মৃতদেহ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...