ফেৰী যাত্ৰাৰ সময়ত কি কি কথাত মন দিব লাগে?

অসম নদ-নদীৰে ভৰা ৰাজ্য। বিভিন্ন সময়ত যাতায়াতৰ বাবে শ শ লোকে ফেৰীত যাত্ৰা কৰে। বহু অঞ্চলত ফেৰী বা নাৱৰ বাহিৰে আন কোনো যাতায়াতৰ সোপান বা আহিলা নাই। গতিকে যাতায়াতৰ মাধ্যম ৰূপে ফেৰীকে ব্যৱহাৰ কৰে যাত্ৰীসকলে।নিজকে কিদৰে সুৰক্ষিত কৰি ৰাখিব ইয়াৰ কিছুমান সাৱধানতা যাত্ৰীয়ে অনুসৰণ কৰিব পাৰে।
এই তথ্যসমূহ অনুসৰণ কৰক আৰু ফেৰীৰে যাত্রাৰ সময়ত ঘটা দুৰ্ঘটনা প্রতিহত কৰাৰ লগতে নিজৰ জীৱন সুৰক্ষিত কৰি ৰাখক-
১. নিয়মীয়াকৈ বতৰৰ আগজাননী শুনিব
২. যদি আপুনি তীব্ৰ বতাহৰ সৈতে আকাশত ক’লা ডাৱৰ দেখা পায়, তেতিয়া ফেৰীত উঠিব নালাগে
৩. আপুনি ফেৰীখনত উঠাৰ আগতে ইয়াৰ বাহন ক্ষমতা জানি ল’ব
৪.কেতিয়াও ভিৰ হোৱা ফেৰীত যাত্রা নকৰিব
৫. ফেৰীখনত লাইফ জেকেটৰ উপলব্ধতা পৰীক্ষা কৰক
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনহিতাৰ্থে সময়ে সময়ে এইসমূহ কথা প্ৰচাৰ কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...