অৰুণাচলত স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ মুকলি হল 3D চিনেমা হল

অৰুণাচলবাসীয়ে লাভ কৰিলে প্ৰথমটো 3D চলচ্চিত্ৰ গৃহ। ৰাজধানী ইটানগৰৰ আবাসীয়ে এতিয়া উপভোগ কৰিব পাৰিব চিনেমা। নাহৰলগুনৰ কেপিটেল কমপ্লেক্সত নিৰ্মাণ কৰা হৈছে চলচ্চিত্ৰগৃহ। আজি এই চিনেমা হলটো উদ্বোধন কৰে ৰিনচিন কাৰু ৰিজিজুৱে। কাইলৈৰ পৰা ৩০০ আসন বিশিষ্ট চিনেমা হলটোত বহি উপভোগ কৰিব পাৰিব দেশ-বিদেশৰ চিনেমা। শ্বহাম শ্বৰুম মলৰ সমীপতে অৱস্থিত কাৰ্নিভেল চাকাং চিনেমা হলটোত চলচ্চিত্ৰ মুক্তিৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে স্বত্ত্বাধিকাৰীয়ে। উল্লেখ্য যে, পাহাৰীয়া ৰাজ্যখনত চিনেমা হলৰ অভাৱত জনপ্ৰিয় আৰু তাৰকাৰে সমৃদ্ধ চিনেমা উপভোগৰ পৰা বঞ্চিত হৈ আছিল। সময় বাগৰাৰ লগে লগে অৰুণাচলবাসীয়ে উচ্চপ্ৰযুক্তি সমৃদ্ধ চিনেমা উপভোগৰ সুযোগ আহিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...