অসম আৰক্ষীৰ ৩৮গৰাকী বিষয়া-জোৱানলৈ মুখ্যমন্ত্ৰীৰ সেৱা পদক

অসম আৰক্ষীৰ ৩৮গৰাকী বিষয়া-জোৱানলৈ মুখ্যমন্ত্ৰীৰ সেৱা পদক
দুজন আৰক্ষীলৈ মৰণোত্তৰভাৱে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক
SI(UB) প্ৰয়াত সমুজ্জ্বল কাকতিলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক
কনিষ্টবল প্ৰয়াত ৰাজীৱ বৰদলৈলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক
বিশেষ সেৱা পদকপ্ৰাপ্ত: কাছাৰৰ SP ৰমণদীপ কৌৰ
বিশেষ সেৱা পদকপ্ৰাপ্ত: বজালীৰ SP ধৰ্মেন্দ্ৰ কুমাৰ দাস
বিশেষ সেৱা পদকপ্ৰাপ্ত: বজালীৰ DSP (HQ) পুস্কল গগৈ
বিশেষ সেৱা পদকপ্ৰাপক: ডিমা হাচাওৰ DSP (HQ) বৰকিৰি তেৰাং
বিশেষ সেৱা পদকপ্ৰাপক: কাছাৰৰ ইন্সপেক্টৰ (UB) অমৃত কুমাৰ সিং
বিশেষ সেৱা পদকপ্ৰাপক: কাছাৰৰ SI (UB) দেৱব্ৰত ফুকন
বিশেষ সেৱা পদকপ্ৰাপক: ডিমা হাচাওৰ SI (UB) লক্ষীন্দ্ৰ শইকীয়া
বিশেষ সেৱা পদকপ্ৰাপক: ডিমা হাচাওৰ SI (UB) মহিদুল জামান
বিশেষ সেৱা পদকপ্ৰাপক: গুৱাঃ ষ্টেশ্যন অফিচাৰ(F&ES) সঞ্জয় সিংহ
বিশেষ সেৱা পদকপ্ৰাপক:গুৱাহাটীৰ ছাব-অফিচাৰ(F&ES)নন্দৰাম বৰদলৈ
বিশেষ সেৱা পদকপ্ৰাপক: গুৱাঃ লীডিং ফায়াৰমেন (F&ES) হৰদীপ সিং
বিশেষ সেৱা পদকপ্ৰাপক: গুৱাহাটীৰ ফায়াৰমেন (F&ES) নিৰ্মল ৰাভা
বিশেষ সেৱা পদকপ্ৰাপক: ER (গুৱাহাটী) (F&ES) অজয় হুকাই
বিশেষ সেৱা পদকপ্ৰাপক: ER (গুৱাহাটী) (F&ES) শংকৰ চন্দ্ৰ ৰয়
বিশেষ সেৱা পদকপ্ৰাপক: কাছাৰৰ কনিষ্টবল এন বিনয় কুমাৰ সিংহ
বিশেষ সেৱা পদকপ্ৰাপক: কাছাৰৰ কনিষ্টবল নবেন্দু বৰ্মন
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: AIGP ডঃ ধনঞ্জয় পৰশুৰাম ঘনাৱট
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: SP (V&AC) মজিবুৰ ৰহমান
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: গোৱালপাৰাৰ SPভি ভি আৰ ৰেড্ডী পালগিৰি
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: APS বিষয়া সঞ্জীৱ কুমাৰ শইকীয়া
সঞ্জীৱ কুমাৰ শইকীয়া মান্দাকাটাৰ CDO Bnৰ কমাণ্ডেণ্ট
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: কাজিৰঙাৰ ASP (STF) ধ্ৰুৱজ্যোতি নাথ
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: গোসাঁইগাঁৱৰ SDPO সৌৰভ গুপ্তা
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: ৰঙিয়াৰ SDPO সুশান্ত সিং
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: কামৰূপৰ DSP (HQ) কল্যাণ কুমাৰ পাঠক
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: কাৰ্বি আংলঙৰ DSP (HQ) নাহিদ কৰিশ্মা
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: DSP (V&AC) মুজাফ্ফৰ হুছেইন
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: তিনিচুকীয়াৰ DSP(P) পাৰ্থপ্ৰতিম দুৱৰা
উৎকৃষ্ট সেৱাপদকপ্ৰাপক:বিশ্বনাথৰ পৰিদৰ্শক(UB)সঞ্জিৎ কুমাৰ ৰায়
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: ইন্সপেক্টৰ গৌৰৱজ্যোতি মহন্ত
পাণবাৰীৰ 20th AP(IR)Bnৰ ইন্সপেক্টৰ (UB) গৌৰৱজ্যোতি মহন্ত
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: CIDৰ ইন্সপেক্টৰ (Prog) দীপক দাস
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: কোকৰাঝাৰৰ ইন্সপেক্টৰ (UB) মনেশ্বৰ বে
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: SI (UB) কপিল পাঠক
গুৱাহাটীৰ পুলিচ কমিছনাৰেটৰ SI (UB) কপিল পাঠক
উৎকৃষ্ট সেৱাপদকপ্ৰাপক:কাৰ্বিআংলঙৰ কনিষ্টবল বন্ধুৰাম বসুমতাৰী
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: 5th APBnৰ কনিষ্টবল পৰিতোষ নাথ
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: 4th APBnৰ কনিষ্টবল পৰাগ ডেকা
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: অজিত গগৈ (অৱসৰপ্ৰাপ্ত সৈনিক)
10th APBnৰ ঠিকাভিত্তিক জোৱানৰূপে কৰ্মৰত অজিত গগৈ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ফেব্ৰুৱাৰীত ফ্ৰান্সলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আগন্তুক ফেব্ৰুৱাৰী মাহত ফ্রান্স ভ্ৰমণলৈ যাব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ...

অবিবাহিত লোকৰ এখন গাঁও; ৫০বছৰ পূৰ্বে হৈছিল অন্তিমখন বিয়া

বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্রায়ে শুনিবলৈ পোৱা যায়।...

আৰম্ভ হ’ল AIৰ ৰাজত্ব… চলিত বর্ষত আমেৰিকাত অনেকেই হেৰুৱাব কর্মসংস্থাপন

চলিত বর্ষটোত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ দপদপনি চলিব। AIৰ বাবে...

৬৫জন বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২৯ কোটি টকা

দিল্লীৰ বৰ্তমানৰ ৬৫জন বিধায়কৰ ৰিপ'ৰ্ট কার্ড প্রকাশ পাইছে। নির্বাচন...