৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি দুজনৰ কৰুণ মৃত্যু। এই ঘটনাত আহত হৈছে কুৰিৰো অধিক লোক। কেইবাজনো লোক আবদ্ধ হৈ আছে ধ্বংসস্তূপত। NDRF, SDRF, অগ্নিনিৰ্বাপক বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান। অট্টালিকা খহি হেঁচা মাৰি ধৰিলে এখন ট্ৰাক। আহতসকলক উন্নত চিকিত্সা প্ৰদান কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...