তিব্বতত চীনে মুকলি কৰিলে প্ৰথমখন বুলেট ট্ৰেইন

গুৱাহাটী, ২৫ জুন, NKTV: অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তিব্বতত চীনে মুকলি কৰিলে প্ৰথমখন বুলেট ট্ৰেইন। শুকুৰবাৰে চীনে আৰম্ভ কৰিলে সম্পূৰ্ণভাৱে বৈদ্যুতিক প্ৰথখন বুলেট ট্ৰেইন। অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তিব্বতত আৰম্ভ হল প্ৰথমখন বুলেট ট্ৰেইন। এই বুলেট ট্ৰেইনখনে তিব্বতৰ পৰা প্ৰাদেশিক ৰাজধানী LHASAআৰু NYINGCHIক সংযুক্ত কৰিব। উল্লেখ্য যে, তিব্বত সীমান্তৰ নিচেই কাষতেই লাগি আছে ভাৰতৰ অংগ ৰাজ্য অৰুণাচল প্ৰদেশ। LHASA-NYINGCHIৰ মাজত সংযুক্ত হোৱা এই পথৰ দৈৰ্ঘ্য ৪৩৫.৫ কি.মি। ট্ৰেইনখন ১৬০ কি.মিৰ প্ৰতি ঘণ্টাৰ বেগেৰে চলাচল কৰিব পৰা ক্ষমতা সম্পন্ন। ২০২০ চনৰ নৱেম্বৰ মাহত XI JINPINGয়ে শীঘ্ৰেই এই বুলেট ট্ৰেইনখন নিৰ্মাণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...