অসমতো কৰ’নাৰ ডেল্টা ভেৰিয়েণ্টৰ উপস্থিতি

গুৱাহাটী, ২৫ জুন, NKTV: অসমতো কৰ’নাৰ ডেল্টা ভেৰিয়েণ্টৰ উপস্থিতি। ডেল্টা ভেৰিয়েণ্ট ধৰা পৰা এজনৰ মৃত্যু। ৰাজ্যত ৭৭ শতাংশ সংক্ৰমণৰ তথ্য। সংবাদমেলত উদ্বেগজনক তথ্য স্বাস্থ্যমন্ত্ৰীৰ। এইপৰ্যন্ত ৩০০ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ।

কি এই ডেল্টা ভেৰিয়েন্ট?

যোৱা ১১জুনত ইংলেণ্ডত ধৰা পৰা ক’ভিডৰ এই ভেৰিয়েন্ট।

ই অধিক সংক্ৰামক আৰু ইতিমধ্যে বিশ্বৰ ১৯৭খন দেশত ইয়াৰ উপস্থিতি পোৱা গৈছে।

ভাৰতত এই পৰ্যন্ত ৪০জন লোকৰ ডেল্টা ভেৰিয়েন্ট পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...