পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে ১৫ গাঁওবুঢ়া!

পুনৰ মানকাচৰৰ ১৫ জন গাঁওবুঢ়াক মুখ্যমন্ত্ৰী তদাৰকী শাখাই চমন জাৰি কৰিছে। অহা ১৭ মাৰ্চত আদালতত হাজিৰ হ’ব লাগিব গাঁওবুঢ়াকেইজন। পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে ১৫ গাঁওবুঢ়া। বক্ৰ পথেৰে গাঁওবুঢ়া নিযুক্তি লাভ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চাৰি গাঁওবুঢ়া। নিযুক্তি কেলেংকাৰীত জড়িত তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানও ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ পিছতে জোৰদাৰ গতিত তদন্তকাৰী দলে অব্যাহত ৰাখিছে তদন্ত। হিমন্ত বিশ্ব চৰকাৰে দুৰ্নীতিমুক্ত অসমৰ বাবে ইতিমধ্যে কাম কৰি আহিছে। শীঘ্ৰে আন কেইবাজনো গাঁওবুঢ়াৰ বাবে আহিব পাৰে বেয়া খবৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...