হে যুদ্ধ বিদায়…ৰাছিয়া–ইউক্ৰেইন যুদ্ধত মৃত্যু ১২ ভাৰতীয়ৰ, সন্ধান নাই ১৬জনৰ

ৰাছিয়া–ইউক্ৰেইন যুদ্ধত প্ৰাণ গৈছে ১২ ভাৰতীয়ৰ। ১৬ জন ভাৰতীয় নিখোজ হৈ আছে।

ভাৰতৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য।


ৰাছিয়াৰ হৈ যুদ্ধত নামিছিল সেইসকল ভাৰতীয়। ভাৰতৰ ১২৬ জন লোকে ৰাছিয়াৰ সেনাত ভৰ্তি হৈছিল । ৯৬ জন ভাৰতীয় নাগৰিক উভতি আহিছে।

উভতি অহাসকলক ৰাছিয়া সেনা বাহিনীয়ে অৱসৰ দিছে। বৰ্তমানো ১৮ জন ভাৰতীয় ৰাছিয়া সেনাত আছে। যুদ্ধত নিহত হোৱা ভাৰতীয় কেইজন কেৰালাৰ বাসিন্দা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...