দুটা বছৰত কিমান সফল, কিমান বিফল মুখ্যমন্ত্ৰী?

‍বিগত ২টা বছৰত কিমান সফল কিমান বিফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয় বৰ্ষপূৰ্তিত হিমন্ত চৰকাৰৰ সফলতা–বিফলতাক লৈ চলিছে হিচাব নিকাচ। বিৰোধীৰ দাবী দুটা বছৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নতুন চৰকাৰখন।

হিমন্ত চৰকাৰৰ পোষ্টমৰ্টেম

দুটা বছৰত কিমান সফল, কিমান বিফল মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মাৰ সফলতা-বিফলতাৰ ১০টা উদাহৰণ

https://youtu.be/EHn-QP3EUVE
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...