ধাৰত পোত গৈছে ৰাজ্য চৰকাৰ

ধাৰত পোত গৈছে ৰাজ্য চৰকাৰ। কিন্তু কমা নাই মুখ্যমন্ত্ৰী, মন্ত্ৰী তথা শাসকীয় নেতাৰ ভ্ৰমণ বিলাস। এবছৰতে হেলিকপ্টাৰ, চাৰ্টাৰ্ড প্লেনৰ বাবদ ব্যয় ৩৪.১৩ কোটি টকা। বিধানসভাত উন্মোচিত ৰাজ্য চৰকাৰখনৰ ভ্ৰমণ বিলাসিতা।

আৰ্থিক নাটনিৰ জোৰা মাৰিবলৈ চৰকাৰে লৈছে হাজাৰ হাজাৰ কোটিৰ ঋণ। হেলিকপ্টাৰ, চাৰ্টাৰ্ড প্লেনৰ বাবদ ২০২২-২৩ বিত্তীয় বৰ্ষত ব্যয় ৩৪,১৩,৪২,৩০৩ টকা। সাংবাদিকৰ প্ৰশ্নত বিব্ৰত বিধায়ক প্ৰশান্ত ফুকনৰ উঠিল খং। মুখ্যমন্ত্ৰীৰ বাবে হেলিকপ্টাৰ হেনো Luxury নহয় Essentialityহে। ‘অহা-যোৱাৰ কাৰণে হেলিকপ্টাৰ লাগিবই’। ‘হেলিকপ্টাৰৰ ভাৰা দিবলৈ চৰকাৰে লোৱা নাই ঋণ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...