বিনামূলীয়া চাউল পোৱা সকলো পৰিয়াললৈ সুখবৰ!

0 209,237

এতিয়াৰে পৰা অটল অমৃত কাৰ্ড আৰু প্ৰধানমন্ত্ৰী আয়ুস্মান কাৰ্ড একেলগ কৰা হ’ব। বিনামূলীয়া চাউল পোৱা সকলো পৰিয়াললৈ ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰিব চৰকাৰে৷

Leave A Reply

Your email address will not be published.