স্বামীয়ে দেউতাকৰ সৈতে অবৈধ সম্পর্কৰ বাবে জোৰ দিয়ে!

0 35,993

শহুৰেকৰ লগত অবৈধ সম্পর্ক স্থাপন নকৰাৰ বাবেই স্বামীয়ে পত্নীক দিলে তিনি তালাক! মৰিগাঁৱৰ মিকিৰভেটাৰ ঘটনাই পুনৰ লজ্জানত কৰিলে সভ্য সমাজক। স্বামী ৰাব্বুল আলম আৰু শহুৰেক ইমান আলীৰ বিৰুদ্ধে ন্যায় বিচাৰি ঘূৰি ফুৰিছে আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে।

Leave A Reply

Your email address will not be published.