অভিনেত্ৰী আলায়া ফাৰ্নিচাৰৱালাৰ পেটত কোনে পাঞ্চ মাৰিলে?

মোহময়ী অভিনেত্ৰী আলায়া ফাৰ্নিচাৰৱালাই শেহতীয়াকৈ তেওঁৰ ৱৰ্কআউটৰ এটা ভিডিঅ শ্বেয়াৰ কৰিছে। যিটো ভিডিঅ’ই অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলক আচৰিত কৰা দেখিবলৈ পোৱা গৈছে। ভিডিঅটোত আলায়াক হাতদুখন পাছলৈ কৰি ৱালৰ কাষত ৰৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু এই সময়তে পাঞ্চিং গ্ল’ভজ পিন্ধি থকা এজন ব্যক্তিয়ে আলায়াৰ পেটত পাঞ্চ মৰা দেখিবলৈ পোৱা গৈছে। আলায়াৰ মুখৰ অভিব্যক্তিৰ পৰা এইটো বুজা গৈছে যে তেওঁ এয়া সহ্য কৰিব পৰা নাই। কিন্তু তেওঁ অলপ সময় সহ্য কৰে আৰু তাৰ পাছত কয়, ‘অকে অকে বচ…’ অভিনেত্ৰীগৰাকীৰ এই ভিডিঅই এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NHM-এ বাতিল কৰিলে CHOৰ বিজ্ঞাপন আৰু সাক্ষাৎকাৰ

কমিউনিটি হেল্থ অফিচাৰৰ বাবে ৮২২টা পদৰ দিছিল বিজ্ঞাপন। ২০২৫ৰ...

ভাৰতত নিষিদ্ধ ঘোষণা ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’

দেশত নিষিদ্ধ ঘোষণা কৰা হ’ল পাকিস্তানস্থিত ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’...

CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত...