শ্বুটিং আছে, সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ নাযায় জুবিন গাৰ্গ

পাঠশালা সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত নাথাকিব কণ্ঠশিল্পী জুবিন গাৰ্গ।

আদৰণি সমিতিয়ে সংবাদমেল যোগে জানিবলৈ দিয়ে এই কথা। ইতিমধ্যে জুবিন গাৰ্গে অধিৱেশনৰ বাবে সময় দিছিল যদিও জুবিন গাৰ্গে উপস্থিত নাথাকে বুলি জানিবলৈ দিছে।

এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে দূৰত থাকিব লাগিব বাবেই এই অনুষ্ঠান কৰাৰ পৰা বিৰত থাকে জুবিন গাৰ্গ।

অৱশ্যে পাঠশালা অধিৱেশনৰ বাবে শুভকামনা জ্ঞাপন কৰে জুবিন গাৰ্গে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...