আপুনিও পাব পাৰে অৰুণোদয় আঁচনিৰ ধন; অৰুণোদয় আঁচনিৰ যোগ্যতাৰ সাল-সলনি

ৰাজ্যুজুৰি অৰুণোদয়ৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ
নতুন দিল্লীৰ পৰা ভাৰ্ছুৱেলী উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে
অৰুণোদয়ত 2.0 ত অন্তৰ্ভুক্ত দিব্যাংগ, ৩য় লিংগ
দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ লোকেও পাব সুবিধা
বিধৱা পেঞ্চন পোৱা লোকেও পাব অৰুণোদয়ৰ সুবিধা
প্রতিমাহে ৩৫৪ কোটি টকা ব্যয় কৰিব চৰকাৰে
১০ এপ্রিলৰ ভিতৰত মুকলি কৰি দিয়া হ’ব প্রথম কিস্তি
বৃদ্ধাশ্রমৰ বৃদ্ধ লোকেও পাব অৰুণোদয়ৰ ধন
অৰুণোদয়ৰ আঁচনিৰ যোগ্যতাৰ সালসলনি
বাৰ্ষিক আয় ২ লাখতকৈ কম হোৱা পৰিয়ালে পাব অৰুণোদয়
বিবাহ বিচ্ছেদিত, বিয়া নোহোৱা বিধৱা মহিলাক অগ্ৰাধিকাৰ
চেৰিব্রেল পালচি, থেলাছেমিয়া ৰোগীৰ পৰিয়াললৈ সুবিধা
কুষ্ঠ, হিমোফিলিয়া, অটিজম স্পেকট্রম ৰোগীৰ পৰিয়ালে পাব অৰুণোদয়
কিন্তু চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ সকলে নাপাব এই সুবিধা
গাঁৱত ১৫ কঠা মাটি থাকিলে পাব আঁচনিৰ সুবিধা
সৰু টাউনত ৩ কঠা মাটি থকিলেও পাব অৰুণোদয়
কামৰূপ (ম)ত ডেৰ কঠা মাটি থাকিলে পাব অৰুণোদয়
ঘৰত দুচকীয়া, ফ্ৰীজ থাকিলেও পাব অৰুণোদয়
ট্ৰেক্টৰৰ গৰাকী হ’লে নাপাব অৰুণোদয়
কিন্তু সমবায় বা আত্মসহায়ক গোটৰ হৈ ট্ৰেক্টৰ কিনা লোকে পাব অৰুণোদয়
অৰুণোদয় 2.0ৰ উপায়ুক্তৰ কোটা নিৰ্ধাৰণ
নিৰ্ধাৰিত কোটাৰ জৰিয়তে উপায়ুক্তই দিব পাৰিব অৰুণোদয়
২ লাখ ২৬ হাজাৰ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব পাৰিব উপায়ুক্তই
জিলা অনুযায়ী পৃথক হ’ব উপায়ুক্তৰ কোটাৰ সংখ্যা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...