যোগগুৰু ৰামদেৱক তলব কৰিলে উচ্চতম ন্যায়ালয়ে

‘ভুল বুজোৱা’ৰ বিজ্ঞাপন! পতঞ্জলি কাণ্ডক লৈ অধিক চাপত ৰামদেৱ
যোগগুৰু ৰামদেৱক তলব কৰিলে উচ্চতম ন্যায়ালয়ে
মঙলবাৰে উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশ
ৰামদেৱৰ লগতে আচার্য বালকৃষ্ণকো আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ
আচার্য বালকৃষ্ণ পতঞ্জলি আযুৰ্বেদ সংস্থাৰ মেনেজিং ডাইৰেক্টৰ
আদালত অৱমাননাৰ অভিযোগত পূৰ্বে পতঞ্জলিলৈ জাননী প্ৰেৰণ কৰিছিল আদালতে
কিন্তু ৰামদেৱৰ সংস্থাই সেই জাননীৰ কোনো উত্তৰ নিদিলে
মঙলবাৰে ন্যায়াধীশ হিমা কোহলি আৰু আহছানউদ্দিন আমান্নুলাৰ খণ্ড বিচাৰপীঠে দিয়ে নিৰ্দেশ
বিগত বৰ্ষৰ নৱেম্বৰত ‘বিভ্রান্তিকৰ আৰু মিথ্যা’ বিজ্ঞাপনৰ বাবে ৰামদেৱক সকিয়াইছিল আদালতে
পতঞ্জলিৰ সামগ্ৰীয়ে ৰোগ নিৰাময় কৰে বুলি দিয়া বিজ্ঞাপনক নিষিদ্ধ কৰিছিল আদালতে
ৰামদেৱৰ সংস্থাৰ বিৰুদ্ধে গোচৰ তৰিছিল IMA-এ
IMA-এ অভিযোগ আছিল এল’পেথিক চিকিৎসকক অসন্মান কৰিছিল ৰামদেৱে
বিজ্ঞাপনৰ মাধ্যমেৰ সাধাৰণ লোকক বিভ্ৰান্ত কৰাৰো অভিযোগ উঠিছিল

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...