বিশ্ববাসীয়ে আদৰিলে নতুন বৰ্ষক

সময়ৰ আলি দোমোজাত আৰু এটা বছৰে মেলানি মাগিলে। আগমন ঘটিল এটা নতুন বৰ্ষৰ। ২০২২ৰ আগমনৰ লগে লগে সূত্ৰপাত ঘটিব বহু নতুনত্বৰ।

নৱবৰ্ষৰ আগমনৰ লগে লগে বিশ্বজুৰি আনন্দ উছাহৰ ঢল। বিশ্ববাসীয়ে আদৰিলে ২০২২ক।

সকলোৰে নতুন বৰ্ষক লৈ আশা আৰু ন উদ্যম। প্ৰতিজনেই ন সংকল্পৰে জীৱনক আগুৱাই নিয়াৰ লক্ষ্য স্থিৰ কৰিছে। NKTVৰ তৰফৰ পৰাও সমূহ দৰ্শকলৈ জনাইছো নৱবৰ্ষৰ শুভেচ্ছা।

বিশ্বক নিজৰ মাজলৈ আনি ছন্দোবদ্ধ গতিৰে আহক আমিও আগুৱাই যাওঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...