আজি বিশ্ব ফুটবল দিৱস

বিশ্ব ফুটবল দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত ,উদয়ন কৃষ্টি কৰ্মকৰ্তাৰ লগতে ৰেইনৱো ফুটবল ক্লাৱে সহযোগ কৰে।

অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে ৰেলী কৰে। উল্লেখযোগ্য যে ১৯২৪ চনত আজিৰ দিনটোতে আৰম্ভ হৈছিল পেৰিছিত প্ৰথম আন্তৰাষ্ট্ৰীয় ফুটবল খেল। বিশ্বত এইবাৰে প্ৰথম বাৰৰ বাবে পালন কৰা হৈছে বিশ্ব ফুটবল দিৱস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...