কৰ্তব্যৰত অৱস্থাত বন‍্যহস্তীয়ে খেদি আহিল বনকৰ্মীক!

কলিয়াবৰৰ শিলঘাটত অঘটন। বন‍্যহস্তীৰ আক্ৰমণৰ বলি হ’ল বনকৰ্মী। কলিয়াবৰৰ শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্য‍ালয়ৰ সমীপতে ৰবৰবাৰীত নিশা এটা বন‍্য হস্তীৰ আক্ৰমণত আহত হয় বনকৰ্মী নৱ চমুৱা। কৰ্তব্যৰত অৱস্থাত শিলঘাট-কামাখ‍্যা বনাঞ্চলৰ পৰা ওলাই অহা বন‍্য হস্তীটোৱে অতৰ্কিতে আক্ৰমণ কৰে নৱ চমুৱাক। সৌভাগ্যক্ৰমে গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পোৱা নৱ চমুৱাক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...