ৰমেন নাথ কিয় সুখী লোক?

ৰমেন নাথ এজন সুখী লোক… গীতটো YouTubeত মুক্তি লাভ কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা। Chandana Pathakৰ কথা, Rana Buragohainৰ সুৰ, Bulbul Das আৰু Rana Buragohainৰ সংগীত ব্যৱস্থাপনাত কণ্ঠশিল্পী Rupam Bhuyanই কণ্ঠদান কৰা গীতটোত এনিমেছন কৰিছে Deepjyoti Handiqueয়ে। গীতটোত গীতিকাৰে তিনিটি পৰিয়ালক আধাৰ হিচাপে লৈ সাম্প্ৰতিক সময়ৰ যুৱ-উচ্ছৃংখলতা, নাৰীজনিত অপৰাধ সন্দৰ্ভত প্ৰকাশ কৰিছে। ক্ৰেজি গীটাৰছৰ বেনাৰত মুক্তি দিয়া হৈছে গীতটি।

গীতটো শুনি আজি পুৱাই কন্ঠশিল্পী নিলোত্‍পল বৰাই ফেচবুকত লিখিছে –

“ৰমেন নাথ এজন সুখী লোক”এই অদ্ভুত গানটো শুনাৰ পৰা টোপনিয়েই নহা হ’ল!”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...