কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি?

কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? চলি আছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা। শেহতীয়া স্থিতিত কমলা হেৰিছতকৈ আগবাঢ়িছে ড’নাল্ড ট্ৰাম্প। ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ চমকপ্ৰদ অগ্ৰগতি দেখা গৈছে। ভোটগণনাত প্ৰায় ৫৩ শতাংশ ভোট লাভ কৰিছে ট্ৰাম্পে। ট্ৰাম্পে ২৪৭খন আসনত অগ্ৰগতি লাভ কৰিছে। কমলা হেৰিছে ২১৪খন আসনত অগ্ৰগতি লাভ কৰিছে। ভোটগণনাৰ লগতে চলি থকা সমীক্ষাত ৯৫ শতাংশ জয়ৰ সম্ভাৱনা ট্ৰাম্পৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...