ৰাজ্যত কেতিয়া পালন কৰা হ’ব ঈদ–উল–ফিটৰ?

ৰাজ্যত ১১ এপ্ৰিলত পালন কৰা হ’ব ঈদ–উল–ফিটৰ। মঙলবাৰে ভাৰতৰ আকাশত দেখা নগ’ল ঈদৰ জোন। সেইসূত্ৰে ১১ এপ্ৰিলত অসম তথা ভাৰতত ঈদ উদযাপনৰ সিদ্ধান্ত। কেন্দ্ৰীয় হিলাল কমিটীয়ে প্ৰেছ বিজ্ঞপ্তি যোগে জনালে এই কথা। অসমবাসীলৈ ঈদৰ শুভেচ্ছাও জনালে কেন্দ্ৰীয় হিলাল সমিতিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...