১৭ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী

১৭ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী। নলবাৰীত বৰপেটাৰ অগপ প্ৰাৰ্থী ফনীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। একেদিনাই ডিব্ৰুগড়, যোৰহাটত দুখন নিৰ্বাচনী সভাত অংশ ল’ব ৰাহুল গান্ধীয়ে। যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ ১১ বজাত ৰাহুলৰ নিৰ্বাচনী সভা। দিনৰ ১ বজাত ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...