মূল্যায়নত খেলিমেলি হোৱা শিক্ষাৰ্থী সকলে কি কৰিব?

প্ৰসংগ: ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ কেলেংকাৰি। কামৰূপৰ ঘটনাৰ পিছতেই পুনৰীক্ষণৰ নিৰ্দেশ ছেবাৰ। দুদিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে পুনৰীক্ষণৰ বাবে। সন্দেহ থাকিলে পুনৰীক্ষণ কৰিব পাৰিব যিকোনো জিলাই।

‘অন্যান্য জিলাৰ মূল্যায়নৰ কাম ইতিমধ্যে সম্পন্ন হৈছে’
৩১ জুলাইৰ ভিতৰত ফলাফল দিবলৈ সাজু SEBA
‘কেলেংকাৰিত জড়িত ৩ জনক অব্যাহতি দিয়া হৈছে’
চৰকাৰে গঠন কৰি দিয়া কমিটীৰ ভিত্তিতে পুনৰীক্ষণ কৰা হৈছে
চৰকাৰৰ গাইডলাইন অনুসৰি মূল্যায়নৰ পিছত বন্ধ কৰা হৈছিল প’ৰ্টেলসমূহ
কামৰূপৰ ঘটনাৰ পিছত পুনৰ দুদিনৰ বাবে খুলি দিয়া হৈছে প’ৰ্টেলসমূহ
জনালে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...