জন্মদিন উদযাপন কৰাৰ পূৰ্বেই মৃত্যুৰ কোলাত শুই পৰিল এটি শিশু

যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত পুৱাতে হাহাকাৰ লাগিল। এটি ১১ মহীয়া কন্যা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতি। কাইলৈ শিশুটিৰ প্ৰথমটি জন্মদিন। জন্মদিন উদযাপন কৰাৰ পূৰ্বেই মৃত্যুৰ কোলাত শুই পৰিল শিশুটি। পৰিয়ালৰ লোকৰ অভিযোগ, শিশুটিক হত্যা কৰা হ’ল ডাঙৰ বেজী দি। ঘটনা সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষই ঘোষণা কৰিছে তদন্ত। কিন্তু হাস্পতাল কৰ্তৃপক্ষৰো অভিযোগ, হাস্পতাল ভঙা কাৰ্যত লিপ্ত হৈছে একাংশ। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য সমগ্ৰ যোৰহাটজুৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...