৪২বছৰ বয়সত ছানিয়ে এয়া কি কৰিলে? ছানিৰ খবৰে তোলপাৰ লগালে সমগ্ৰ দেশ

ছানি লিয়নিৰ কিবা এটা হৈছে!
চিন্তাত পৰিছে অনুৰাগীসকল
কাৰণ, এখন এডমিট কাৰ্ড
অভিনয়ে আমুৱালে নেকি ছানি লিয়নিক?
৪২বছৰ বয়সত আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ ছানি!

চলি আছে উত্তৰ প্ৰদেশ আৰক্ষীৰ নিযুক্তি পৰীক্ষা। একে সময়তেই, এখন এডমিট কাৰ্ডে দখল কৰিছে সংবাদ শিৰোনাম, কিয়নো এই এডমিট কাৰ্ডখন বলীউডৰ অভিনেত্ৰী ছানি লিয়নিৰ। সামাজিক মাধ্যমত এডমিট কাৰ্ডখন ভাইৰেল হৈ পৰাৰ পাছতে ছানিৰ অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে। কোনোৱে আকৌ প্ৰশ্ন কৰিছে,
অভিনয় জগতৰ পৰা আঁতৰিছে নেকি ছানি?
দৰাচলতে উত্তৰ প্ৰদেশত চলি আছে আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষা। তাৰ মাজতে অংকিত নামৰ এজনৰ এডমিট কাৰ্ডত আহিল ছানি লিয়নিৰ ফটো। কেৱল সেয়াই নহয় অংকিতৰ এডমিটত সকলো তথ্য আহিল ছানি লিয়নিৰ। তাৰ পাছতেই সমগ্ৰ দেশ তোলপাৰ লগালে এই খবৰে।
দায়িত্বত থকা বিষয়াৰ মতে কোনোবাই এডিটিং কৰিছে অংকিতৰ এডমিট কাৰ্ড। কাৰণ যিয়েই নহওক এই খবৰে আমোদ দিয়াৰ লগতে আচৰিত কৰিলে সকলোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...