পশ্চিমবংগত ২৫ হাজাৰ ৭৫৩ শিক্ষকৰ নিযুক্তি বাতিল

পশ্চিমবংগত ২৫ হাজাৰ ৭৫৩ শিক্ষকৰ নিযুক্তি বাতিল। অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভৰ অভিযোগ ন্যায়ালয়ত। কলিকতা উচ্চ ন্যায়ালয়ে সোমবাৰে বাতিল কৰে এই নিযুক্তি। ২০১৬ত নিযুক্তি দিয়া হৈছিল এইসকল শিক্ষকক।২০১৬ৰ পৰা লাভ কৰা দৰমহাৰ ধন সুতসহ ঘূৰাই দিয়াৰ নিৰ্দেশ । ১২ শতাংশ সুতসহ শিক্ষকসকলে ঘূৰাই দিব লাগিব দৰমহাৰ ধন। ৪ সপ্তাহৰ ভিতৰত এই ধন ঘূৰাই দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ । অধিকাংশ শিক্ষকে উকা OMR শ্বীট জমা দিয়ে লাভ কৰিছিল নিযুক্তি। শিক্ষকসকলৰ পৰা ধন সংগ্ৰহৰ নিৰ্দেশ জিলা দণ্ডাধীশক ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীত ৪.৩২ গ্ৰাম হেৰ’ইনসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

মাজুলীত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে।...

যোৰহাটত উদ্ধাৰ মিছাইলসদৃশ বিস্ফোৰক সামগ্ৰী, অঞ্চলজুৰি আতংকিত পৰিৱেশ

যোৰহাটত মিছাইলসদৃশ সামগ্ৰী উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। যোৰহাটৰ কৱৰস্থান...