ম্লান পৰিব নেকি ফাকুৱাৰ আনন্দ? অহা ৪ দিনলৈ ৰাজ্যত হ’ব ধুমুহা-বৰষুণ!

ফাকুৱাৰ আনন্দ ম্লান পেলাব নেকি বতৰে? আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা । অহা ২৪ ঘণ্টাৰ ভিতৰত বিজুলী, ঢেৰেকনিৰ সৈতে বৰষুণৰ সম্ভাৱনা। ৪০-৫০ কিঃমিঃ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনা । অহা ৪ দিনলৈ ৰাজ্যৰ ভিন্ন স্থানত হ’ব পাৰে ধুমুহা-বৰষুণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...