অহা ৫ দিনলৈ ৰাজ্যত হ’ব ধুমুহা-বৰষুণ

অসম, মেঘালয়, মিজোৰাম, মণিপুৰত ধুমুহা-বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই দিলে এই সকীয়নি। গুৱাহাটীত শুকুৰবাৰে সন্ধিয়া হয় পাতলীয়া বৰষুণ। বাংলাদেশ আৰু কাষৰীয়া অঞ্চলত সৃষ্টি হোৱা নিম্নচাপৰ ফলত হ’ব বৰষুণ। অহা ৫ দিনলৈ অসমসহ এই ৰাজ্যকেইখনত বৰষুণ আগজাননী। কুঁৱলীয়েও উত্তৰ-পূবৰ আকাশ ঢাকি ৰাখিব বুলি জনালে বতৰ বিজ্ঞান কেন্দ্ৰই। অৰুণাচলৰ উচ্চ এলেকাত তুষাৰপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অনাগত দিনত উত্তৰ-পূবত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...