ৰাজ্যত কেতিয়ালৈ অব্যাহত থাকিব বৰষুণ?

ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ। পুৱাৰে পৰা ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। কিন্তু কেতিয়ালৈ অব্যাহত থাকিব এই বৰষুণ? বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। ৰাজ্যত আগন্তুক ৪ দিনলৈ অসমত হ’ব প্ৰবল বৃষ্টিপাত! ২২ মাৰ্চলৈ বতাহ-বৰষুণ অব্যাহত থাকিব অসমত। অৱশ্যে ২৪ ঘণ্টাত বৰষুণ নহয় তিনিচুকীয়া, শিৱসাগৰ জিলাত।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...