অসমত হ’ব প্ৰবল বৰষুণ-বজ্ৰপাত, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

0 46

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। অসমত প্ৰবল বৰষুণ, বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনা। আগন্তুক ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে বজ্ৰপাত অহাৰ সম্ভাৱনা আছে। প্ৰচণ্ড ধুমুহাই চুই যাব ৰাজ্যক। কেইবাটাও প্ৰান্তত ধুমুহা অহাৰ আগলি বতৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ। ইতিমধ্যে কেইবা দিনো ধৰি একেৰাহে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে বহু অঞ্চলত। ৰাজপথত গছ বাগৰি পৰাৰ লগতে বিদ্যুতৰ যোগাযোগে বিচ্ছিন্ন হৈ পৰিছে।

Leave A Reply

Your email address will not be published.