অসমত হ’ব প্ৰবল বৰষুণ-বজ্ৰপাত, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। অসমত প্ৰবল বৰষুণ, বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনা। আগন্তুক ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে বজ্ৰপাত অহাৰ সম্ভাৱনা আছে। প্ৰচণ্ড ধুমুহাই চুই যাব ৰাজ্যক। কেইবাটাও প্ৰান্তত ধুমুহা অহাৰ আগলি বতৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ। ইতিমধ্যে কেইবা দিনো ধৰি একেৰাহে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে বহু অঞ্চলত। ৰাজপথত গছ বাগৰি পৰাৰ লগতে বিদ্যুতৰ যোগাযোগে বিচ্ছিন্ন হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...