‘ম’বাইল আমিহে ব্যৱহাৰ কৰিব লাগে, আমাক নহয়’, প্ৰথম স্থান পোৱা সংকল্পজিৎ শইকীয়াৰ বাৰ্তা

উচ্চতৰ মাধ্যমিকত চৰ্চালৈ আহিছে কেইখনমান মুখ। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত প্ৰথম স্থান দখল কৰিছে তেওঁলোকে। তেওঁলোকৰ কথা শুনিলে আপুনি কব, ৱাহ কি সুন্দৰ চিন্তাধাৰা। সুন্দৰ সংস্কাৰ। তেওঁলোক প্ৰকৃততেই একো একোজন নিয়মানুৱৰ্তী শিক্ষাৰ্থী।

৪৯০ নম্বৰেৰে কলা শাখাৰ প্ৰথম সংকল্পজিৎ শইকীয়া। ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংকল্পজিৎ মেধাৰ প্ৰতীকৰ লগতে উৰ্বৰা চিন্তাৰ অধিকাৰী। কাকতত নিয়মীয়াকৈ লেখা-মেলা কৰে সংকল্পজিতে। অনুজসকলক উদ্দেশ্যি ম’বাইল মেনিয়াক লৈ সংকল্পজিতে ক’লে-‘ম’বাইল আমি ব্যৱহাৰ কৰিব লাগে’। ‘কিন্তু ম’বাইলে আমাক ব্যৱহাৰ কৰিবলৈ দিব নালাগে’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...