পুনৰ গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ

পুনৰ গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ। ভঙাগড় হাবৰ সমীপত পানীৰ পাইপ ফুটি জলমগ্ন ৰাজপথ। এফালে মহানগৰবাসীৰ খোৱাপানীৰ হাহাকাৰ। আনফালে পাইপ ফুটি পানীৰ অপচয়। পুৱা প্ৰায় ৭ বজাতে ফাটিছিল পানীৰ পাইপ। ঘণ্টা ঘণ্টা ধৰি অপচয় হৈছে হাজাৰ হাজাৰ লিটাৰ পানী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক ডাঙৰ সফলতা: ‘অগ্নি-৪’ পাৰমাণৱিক বেলাষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে ওড়িশাৰ চান্দীপুৰত থকা সংৰক্ষিত পৰীক্ষণ কেন্দ্ৰৰ (Integrated Test...

NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ড: CBIৰ চাৰ্জশ্বীটত নাম সাঙোৰ খাইছে NTAৰ ৩ গৰাকী বিষয়-বিশেষজ্ঞৰ

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)ই...

এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক...