NCAৰ পৰৱৰ্তী মুৰব্বী হ’ব ভিভিএছ লক্ষ্মণ

ভাৰতৰ প্ৰাক্তন বেটছমেন ভিভিএছ লক্ষ্মণ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (এনচিএ) পৰৱৰ্তী মুৰব্বী হ’ব, বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই দেওবাৰে নিশ্চিত কৰে। লক্ষ্মণে তেওঁৰ প্ৰাক্তন বেটিং সহকৰ্মী ৰাহুল দ্ৰাবিড়ৰ পৰা দায়িত্ব গ্ৰহণ কৰিব, যাক শেহতীয়াকৈ ৰবি শাস্ত্ৰীৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত কৰা হৈছিল।

বিচিচিআইৰ জ্যেষ্ঠ বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত পিটিআইক কয়, “ভিভিএছ লক্ষ্মণ এনচিএৰ নতুন মুৰব্বী হ’ব। লক্ষ্মণে ইতিমধ্যে আই পি এলৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰামৰ্শদাতা হিচাপে তেওঁৰ দ্বায়িত্বৰ পৰা অব্যাহতি লৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...